মুখ্য-পৃষ্ঠা

ঢকুৱাখনাৰ চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্ত সুনীল গগৈ!

Asomiya Pratidin
  • পলাতক সুনীল গগৈৰ সন্ধানত লখিমপুৰ আৰক্ষীৰ জাননী

  • সুনীল গগৈক সন্ধান উলিওৱাত আৰক্ষীয়ে বিচাৰিছে ৰাইজৰ সহায়

  • ঢকুৱাখনাৰ চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্ত সুনীল গগৈ

  • তেওঁৰ সন্ধান দিওতালৈ উপযুক্ত পুৰস্কাৰ ঘোষণা আৰক্ষীৰ

  • সন্ধান দিওতাৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে

  • লখিমপুৰ আৰক্ষীয়ে প্রকাশ কৰিছে দুটা ফোন নম্বৰ

  • ফোন নম্বৰ দুটা হৈছে ৯৪০১২-৯৩০৯৭ আৰু ৬০২৬৯-০০৮৬১