মুখ্য-পৃষ্ঠা

প্ৰসংগ- দ্বীবন-অনুৰাগঃ চানমাৰি আৰক্ষী থানাত ডি চি পি

Asomiya Pratidin
  • চানমাৰি আৰক্ষী থানাত উপস্থিত হৈছে ডি চি পি অক্ষত গাৰ্গ।

  • দ্বীবন ডেকা আৰু অনুৰাগ চলিহাক পুনৰ জেৰা কৰিব ডি চি পি গৰাকীয়ে।

  • ধনৰ লেনদেন, ফটো ভাইৰেলৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে দ্বীবন ডেকাক।

  • নিশা স্বাস্থ্য পৰীক্ষাও কৰোৱা হ’ব দ্বীবনক।

  • শনিবাৰে দ্বীবন ডেকাক আদালতত হাজিৰ কৰোৱা কথাও জানিবলৈ দিছে কৰ্তৃপক্ষই।

  • ইতিমধ্যেই স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে অনুৰাগ চলিহাক।