মুখ্য-পৃষ্ঠা

দিনদুপৰতে মহানগৰীত ডকাইতি, লুটি নিলে...

Asomiya Pratidin
  • মহানগৰীৰ ৰাজপথত দিন দুপৰতেই সংঘটিত হৈছে ডকাইতি কাণ্ড।

  • চাৰিচকীয়া বাহনৰ গ্লাচ ভাঙি দুৰ্বৃত্তই লুটি নিলে সজীৱ গুলীসহ পিষ্টল।

  • ইয়াৰোপৰি লুটি নিলে নগদ ২৬ হাজাৰ টকা।

  • বেলতলা চাৰ্ভেত সংঘটিত হৈছে এই ডকাইটি ঘটনা।

  • ৱাছিম হাজৰিকা নামৰ লখিমপুৰৰ লোকজনৰ AS 01 FW 0513 নম্বৰৰ বাহনখনৰ গ্লাচ ভাঙি লুটিলে দুৰ্বৃত্তই।

  • ৰাজপথৰ কাষতেই বাহন ৰখাই দোকানলৈ গৈছিল ৱাছিম হাজৰিকা।

  • ইতিমধ্যে ভুক্তভোগীয়ে দিছপুৰ আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰিছে।