মুখ্য-পৃষ্ঠা

স্বামীৰ অত্যাচাৰৰ বলি হ'ল সুজাতা...

Asomiya Pratidin
  • মহানগৰীৰ জ্যোতিকুছিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

  • স্বামীৰ অত্যাচাৰত প্ৰাণ গ'ল পত্নী সুজাতা দাসৰ।

  • যৌতুকৰ দাবীত পত্নীক নিৰ্মম শাৰীৰিক অত্যাচাৰ কৰিছিল স্বামী মানস প্ৰতীম দাসে।

  • স্বামীৰ শাৰীৰিক অত্যাচাৰত মুমুৰ্ষ অৱস্থাত ‌সুজাতাক ওদীলগুৰিস্থিত নিজৰ ঘৰলৈ আনি চিকিৎসা কৰোৱাইছিল পিতৃ শচীন্দ্ৰ বানিয়াই।

  • দেওবাৰে নিশা উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় লৈ নিয়াৰ সময়তে মৃত্যু হয় সুজাতাৰ।

  • ঘটনা সন্দৰ্ভত প্রতীম দাসৰ বিৰুদ্ধে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰিছে সুজাতাৰ পৰিয়ালে।

  • অভিযুক্ত স্বামীগৰাকীক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।

  • মৃত সুজাতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।

  • স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰি পূৰ্বেও এজাহাৰ দাখিল কৰিছিল সুজাতাই।