মুখ্য-পৃষ্ঠা

দিল্লীৰ কাৰলা হস্পাতালৰ পৰা গ্ৰেপ্তাৰ কৰা দুলালক কীৰ্তি নগৰ থানাত সোধপোচ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বহুকেইটাদিন আত্মগোপন কৰি থকাৰ পাছত অৱশেষত আৰক্ষীয়ে আটক কৰিলে দুলাল বৰাক। দিল্লীৰ এখন মাল্টি স্পেয়েলিটী চিকিৎসালয়ত ভৰ্তি হৈ আছিল দুলাল বৰা।

প্ৰাৰম্ভিক তথ্য অনুসৰি, দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হস্পাতালত ভৰ্তি হৈ আছিল দুলাল বৰা। কীৰ্তিনগৰৰ তুলসী দাস কাৰলা মাৰ্গত অৱস্থিত হস্পাতালখনৰ পৰা আটক কৰি দিল্লী আৰক্ষীয়ে বৰ্তমান বৰাক কীৰ্তিনগৰ আৰক্ষী থানাত সোধপোচ অব্যাহত ৰাখিছে

উল্লেখযোগ্য যে, সোণাৰি বিজেপি নেতা আত্মহত্যা গোচৰৰ অন্যতম অভিযুক্ত আছিল দুলাল বৰা।