মুখ্য-পৃষ্ঠা

হত্যাৰ ভাবুকি দি বিপদত ইউটিউবাৰ ভাস্কৰ দত্ত: ভাস্কৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

Asomiya Pratidin
  • ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

  • হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দাখিল কৰা হয় এজাহাৰ

  • আশ্ৰাফুল হক নামৰ এজন লোকে দাখিল কৰে এজাহাৰ

  • ভাস্কৰৰ ইউটিউ চেনেলত ভিডিঅ' দেখি স্বপ্ননীলৰ জালত পৰিছিল আশ্ৰাফুল

  • স্বপ্ননীলৰ কলা অধ্যায় পোহৰলৈ অনাত সহায় কৰিছিল আশ্ৰাফুলে

  • ৫ ছেপ্তেম্বৰত আশ্ৰাফুলক ভাবুকি প্ৰদান ভাস্কৰ দত্তৰ

  • ভাস্কৰৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল আশ্ৰাফুলৰ

  • যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হব পাৰে ইউটিউবাৰজন