মুখ্য-পৃষ্ঠা

লামডিং ৰেলৱে জংচনত অগ্নিকাণ্ড: উপস্থিত ৰেলৱে বিষয়া আৰু কৰ্মী

Asomiya Pratidin
  • লামডিং ৰেলৱে জংচনত অগ্নিকাণ্ড

  • জংচনটোৰ ১ নম্বৰ প্লেট ফৰ্মৰ চাৰ্ভে টেলি কক্ষত লাগিল জুই

  • চাৰ্ভে টেলি কক্ষত থকা বুকিং কাৰ্য্যালয়ত ব্যৱহৃত কেইবাটাও বেটাৰিৰ বিস্ফোৰণ

  • অগ্নিকাণ্ডৰ ফলত হুৱাদোৱা লাগে কৰ্তব্যৰত কৰ্মচাৰী তথা ৰেল যাত্ৰীৰ মাজত

  • উপস্থিত ৰেলৱে বিষয়া আৰু কৰ্মীৰ অগ্নি নিৰ্বাপণৰ চেষ্টা

  • কোন লোক হতাহত হোৱা নাই