মুখ্য-পৃষ্ঠা

কাৰাগাৰত ডাউডৰ ভাতৃক ৰাজকীয় আতিথ্য, নিলম্বিত মুম্বাইৰ ৫ আৰক্ষী

asomiyapratidin
  • কাৰাগাৰত ডাউড ইব্ৰাহিমৰ ভাতৃক ৰাজকীয় সা-সুবিধা প্ৰদান৷
  • মুম্বাই আৰক্ষীৰ উপ-পৰিদৰ্শকসহ নিলম্বন ৫ আৰক্ষী কৰ্মী৷
  • কাৰাগাৰৰ ভিতৰত ৰাজকীয় সা-সুবিধা প্ৰদান কৰিছিল ইকবাল কছৰক৷
  • থানে কাৰাগাৰাত কয়দীৰ জীৱন কটাই আছে ডাউড ইব্ৰাহিমৰ ভাতৃয়ে৷