ডাঙৰ খবৰ 
মুখ্য-পৃষ্ঠা

মৰিকলঙৰ পৰা যুৱতীক অপহৰণ হাৰিয়ানাৰ দুৰ্বৃত্তৰ..

Asomiya Pratidin
  • মৰিকলঙত পথৰ কাষৰ বন দৰৱৰ দোকানত দুৰ্বৃত্তৰ প্ৰহাৰ

  • দোকানৰ স্বত্বাধিকাৰীক মাৰ-পিট কৰি যুৱতীক অপহৰণ

  • হাৰিয়ানাৰ পৰা অহা দুৰ্বৃত্তই প্ৰহাৰ কৰা অভিযোগ

  • প্ৰথমে ভয় ভাবুকি দি পাছত উপৰ্যুপৰি প্ৰহাৰ পৰিয়ালটোক

  • পাঞ্জাৱৰ পৰা আহি ব্যৱসায় কৰি আছিল পৰিয়ালটোৱে

  • ঘটনা সন্দৰ্ভত মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল