HIMANTA BISWA SARMA  
মুখ্য-পৃষ্ঠা

হঠাৎ দিল্লীলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

Asomiya Pratidin
  • গৃহমন্ত্ৰী অমিত শ্বাহৰ ৩ দিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী আজি অন্ত পৰিল।

  • ইয়াৰ পিছতে হঠাৎ দিল্লীলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতেই দিল্লীলৈ ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা।

  • পূৰ্বে নিৰ্ধাৰিত হৈ থকা সূচীৰ বাবেই দেৰগাঁৱৰ অনুষ্ঠানৰ পৰা বাহিৰে বাহিৰে দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী।

  • দিল্লীৰ পৰা মহাৰাষ্ট্ৰলৈ যোৱাৰ কথা ড০ শৰ্মাৰ।

  • সোমবাৰে দিল্লীৰ পৰা মুম্বাইত উপস্থিত হোৱাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ।