মুখ্য-পৃষ্ঠা

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই HSৰ ফলাফল প্ৰকাশক লৈ তীব্ৰ প্ৰতিক্ৰিয়া...

Asomiya Pratidin
  • উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

  • ৯বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব ফলাফল।

  • একাংশ সংবাদমাধ্যমে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ঘোষণা কৰিলে ফলাফলৰ তথ্য।

  • পূৰ্বেও এনে কাৰ্যক লৈ হৈছিল সমালোচনা।

  • এনে কাৰ্যক লৈ প্ৰতিক্ৰিয়া সচেতন মহলৰ।

  • অসমীয়া প্ৰতিদিন ডিজিটেলে ৯বজাৰ লগে লগে প্ৰকাশ কৰিব ফলাফল সম্পৰ্কীয় সকলো বাতৰি।