Kl rahul  
মুখ্য-পৃষ্ঠা

বৰ্ষাপাৰাত ৫০ কে এল ৰাহুলৰ

বৰ্ষাপাৰা সৌভাগ্য কে এল ৰাহুলৰ বাবে।

Asomiya Pratidin

ডিজিটেল ডেস্ক: বৰ্ষাপাৰা সৌভাগ্য কে এল ৰাহুলৰ বাবে। ৫০ ৰাণৰ ইনিংছ ভাৰতীয় অপেনাৰ গৰাকীৰ। আৰম্ভণীৰ পৰাই আক্ৰাত্মক বেটিং কৰিছিল কে এ ৰাহুলে। ৬ আৰু ৪ ৰ বৰষুণ সৰিছিল তেওঁৰ বেটৰ পৰা।

মাত্ৰ ২৪ টা বলত কে এল ৰাহুলে ৫৪ ৰাণৰ ইনিংছ সম্পূৰ্ণ কৰে। ইফালে ভাৰতে ১০.৩ অভাৰত সংগ্ৰহ কৰিছে ১০৪ ৰাণ। ৬ মাৰি হাফ চেঞ্চুৰী সম্পূৰ্ণ কৰে কে এল ৰাহুলে।