মুখ্য-পৃষ্ঠা

ইন্দ্রাণীৰ আত্মহত্যাৰ প্ৰসংগঃ নলবাৰী সদৰ থানাত জেৰা অসীম চক্রৱৰ্তীক

Asomiya Pratidin
  • অসীম চক্রৱৰ্তীক লৈ নলবাৰী সদৰ থানাত মহানগৰ আৰক্ষীৰ জেৰা।

  • ইন্দ্রাণীৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খাইছিল চক্রৱৰ্তীৰ।

  • অসীম চক্রৱৰ্তীক লৈ নলবাৰীৰ বিভিন্ন প্রান্তত গোপন অভিযান আৰক্ষীৰ।

  • চানমাৰি, গীতানগৰ, নলবাৰী আৰক্ষীয়ে অসীম চক্রৱৰ্তীক চলাইছে জেৰা।

  • আৰক্ষীয়ে জব্দ কৰিছে চক্রৱৰ্তীৰ লেপটপ, ম’বাইল ফোন।

  • চক্রৱৰ্তীৰ আত্মীয়ৰ ঘৰৰ পৰা জব্দ কৰা হৈছে লেপটপ, ম’বাইল।

  • ধনৰ লেনদেনৰো তথ্য পাইছে আৰক্ষীয়ে।

  • আৰু বহুতো তথ্য উন্মোচন হোৱাৰ সন্দেহ।