মুখ্য-পৃষ্ঠা

জামুগুৰিহাটৰ ইটাখোলাত জব্দ ৩০ লাখ টকা মূল্যৰ ড্ৰাগছ

Asomiya Pratidin
  • জামুগুৰিহাটৰ ইটাখোলা টেঙাবস্তিত জব্দ ড্ৰাগছ।

  • ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী।

  • ৮টা কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী চিৰাজুল ইছলামক।

  • আটকাধীন ইছলামৰ বয়স ৩২ বছৰ।

  • উল্লেখ্য ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা।

  • সৰবৰাহকাৰীটোৰ পৰা এ এছ ওৱাই ০৩৮৯ নম্বৰৰ এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে৷

  • বিশেষ সূত্ৰৰ পমখেদি বিশ্বনাথ চাৰিআলি ক্ৰাইম ব্ৰাঞ্চ আৰু ইটাখোলা আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামক।

  • ঘটনাৰ জড়িত আন এজন অভিযুক্ত পলাতক অৱস্থাত আছে।