মুখ্য-পৃষ্ঠা

কপিলীৰ জলপৃষ্ঠ বৃদ্ধিঃ শংকিত নৈ পৰীয়া ৰাইজ

Asomiya Pratidin
  • আজি পুৱাৰ পৰা হোৰা-হোৰে বাঢ়িছে কপিলীৰ জলপৃষ্ঠ

  • শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ

  • কামপুৰ-পশ্চিম কাৰ্বিআংলং আৰু কামপুৰ যমুনামুখ পথেৰে পানী বাগৰাত যাতায়ত ব্যাহত

  • কামপুৰৰ বিভিন্ন অঞ্চলৰ ৫টা শিবিৰত আশ্ৰয় লৈছে প্ৰায় ৩ শতাধিক পৰিয়ালে

  • মঙলবাৰে কিছু পৰিমাণে কৰিছিল পানী