মুখ্য-পৃষ্ঠা

কেজৰিৱাল চৰকাৰৰ ডাঙৰ ঘোষণাঃ প্ৰতিগৰাকী মহিলাক মাহে দিব ১০০০টকা...

Asomiya Pratidin
  • দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অভিলাসী ঘোষণা

  • প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা

  • ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন

  • মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ'ব এই ভাট্টা

  • দিল্লী বিধান সভাত বিত্ত মন্ত্ৰী আতিশী মাৰ্লেনাৰ এই ঘোষণা

  • বিধান সভাত বাৰ্ষিক বাজেট উত্থাপন কৰি ঘোষণা বিত্ত মন্ত্ৰীৰ