মুখ্য-পৃষ্ঠা

আবেলি ৫বজাৰ ভিতৰত কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিলে নিলম্বিত হ'ব লাবুমণি...

Asomiya Pratidin
  • যিকোনো মুৰ্হূততে নিলম্বনৰ নিৰ্দেশ পাব পাৰে লাবুমণি আমচঙে

  • সামাজিক মাধ্যমত অনলাইন জুৱাৰ বিজ্ঞাপন দি বিপদত পৰিছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকী।

  • শুকুৰবাৰে মৰিগাওঁ জিলা শিক্ষা বিষয়ালৈ তেওঁলৈ জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী।

  • শনিবাৰৰ ৫.০০বজাৰ ভিতৰত দিবলৈ কোৱা হৈছিল এই জাননীৰ উত্তৰ।

  • নিৰ্ধাৰিত সময়ৰ ভিতৰত জাননীৰ উত্তৰ নিদিলে নিলম্বন কৰিব শিক্ষকগৰাকীক।

  • ইতিমধ্যে সামাজিক মাধ্যমযোগে শিক্ষকগৰাকীয়ে ঘোষণা কৰিছে শিক্ষা বিষয়াই দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ নিদিয়ে তেওঁ।

  • কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ৫বজাৰ ভিতৰত নিদিলে নিলম্বনৰ লগতে অন্যান্য আইনী ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষক গৰাকীৰ বিৰুদ্ধে।