মুখ্য-পৃষ্ঠা

৮খন আসনত বিজেপিৰ অগ্ৰগতিঃ অসমৰ ১৪ টা সমষ্টিৰ শেহতীয়া আপডেট

Asomiya Pratidin
  • লখিমপুৰ লোকসভা সমষ্টিত ১৮৫৫৫২ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা।

  • বৰপেটা লোকসভা সমষ্টিত ১৭০৩৯২ টা ভোটত আগবাঢ়ি আছে অগপ ফণীভূষণ চৌধুৰী।

  • দৰং ওদালগুৰি সমষ্টিত ২২০৬৯৯ টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ

  • ধুবুৰী সমষ্টিত ৬০৭৯৩৬ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন।

  • ডিব্ৰুগড় সমষ্টিত ২৬৩২১৫ টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।

  • ডিফু সমষ্টিত ১০২৩৮৫ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং তিছু।

  • যোৰহাট সমষ্টিত ১৩১১৫৭ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।

  • গুৱাহাটী সমষ্টিত ২০৮৬৭৪ টা ভোটত আহবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি।

  • কাজিৰঙা সমষ্টিত ১৫২৩৮৬ টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা।

  • কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৫১৪৮৫ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

  • নগাঁও লোকসভা সমষ্টিত ১৭৩২৮০ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

  • শোণিতপুৰত ২৫৫৮৬৬ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত।

  • শিলচৰত ২১৮৪২১ টা ভোটত আগবাঢ়ি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য

  • কৰিমগঞ্জত ১০৫২২ টা ভোটত আগবাঢ়ি আছে হাফিজ ৰছিদ আহমেদ চৌধৰী