মুখ্য-পৃষ্ঠা

BREAKING: মঙলদৈত ৪ লগৰীয়াৰ প্ৰহাৰত স্কুলতে মৃত্যু এগৰাকী ছাত্ৰ...

Asomiya Pratidin
  • দৰঙৰ মহোলীয়াপৰা পদুম পুখুৰী হাইস্কুলত অঘটন।

  • সোমবাৰে পাঁচ ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা।

  • চাৰি ছাত্র লগ হৈ ভবেশ ডেকা নামৰ এজন ছাত্ৰক আক্ৰমণ।

  • আক্ৰমণত নৱম শ্ৰেণীৰ ছাত্ৰ ভবেশ ডেকা মৃত্যু।

  • আক্ৰমণ কৰা এই ছাত্র কেইজন দশম মান শ্ৰেণীৰ বুলি জানিব পৰা গৈছে।

  • উল্লেখ্য যে যোৱা দেওবাৰৰ পৰা এই কাজিয়া সূত্ৰপাত হৈছিল।

  • ভবেশ ডেকা মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।