ফাইল ফটো 
মুখ্য-পৃষ্ঠা

আজি মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোডীয়ে

Asomiya Pratidin

-আজি মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোডীয়ে

-কাশীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব

-দিনৰ ১১.৪০ বজাত বাৰানসী সমষ্টিৰ বাবে মোডীয়ে দাখিল কৰিব মনোনয়ন

-জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় হ'ব প্ৰস্তাৱক

-তেওঁক সংগ দিব ১৮ জনতকৈ অধিক কেবিনেট মন্ত্ৰীয়ে

-উপস্থিত থাকিব অসমৰ লগতে ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী