মুখ্য-পৃষ্ঠা

নুমলীগড়ত নৈশ বাছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

Asomiya Pratidin
  • নিশা নুমলীগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • গোলাঘাট অভিমুখী নৈশ বাছত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হৈছে।

  • নুমলীগড়ৰ বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

  • নামবৰ নৈশ বাছখনত শিলগুটি নিক্ষেপেৰে আক্রমণ কৰে দুৰ্বৃত্তই।

  • ডকাইতি কৰাৰ পৰা কথমপি ৰক্ষা পৰে বাছখনৰ।

  • চালকে কৌশলেৰে বাছখন থানালৈ আনি এজাহাৰ দাখিল কৰে।

  • পূৰ্বেও এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই।