মুখ্য-পৃষ্ঠা

ওড়িশাত বিদ্যুৎপৃষ্ট হৈ ৮টা হাতীৰ মৃত্যু

asomiyapratidin
  • ওড়িশাত একেলগে ৮ টা হাতীৰ মৃত্যুক কেন্দ্ৰকৰি চাঞ্চল্য।
  • ৰাজ্যখনৰ ঢেংকানাল জিলাৰ কামালাংগাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
  • বিদ্যুতৰ তাঁৰত লগাৰ ফলত বিদ্যুৎপৃষ্ট হয় হাতীকেইটা।
  • ঘটনাৰ পাছতে বিদ্যুৎ বিভাগৰ ওপৰত ক্ষোভ উজাৰিছে একাংশ লোকে।
  • বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ।