হাইলাকান্দিত ৰে'লৰ খুন্দাত নিহত এজন... 
মুখ্য-পৃষ্ঠা

হাইলাকান্দিত ৰে'লৰ খুন্দাত নিহত এজন...

Asomiya Pratidin
  • হাইলাকান্দিৰ সুলতানী অঞ্চলত অঘটন।

  • ৰে’লৰ খুন্দাত থিতাতে নিহত এজন লোক।

  • নিহত লোকজনৰ নাম বসন্ত দাস বুলি জানিব পৰা গৈছে।

  • শিলচৰ-ভৈৰবী যাত্রীবাহী ৰে’লৰ খুন্দাত নিহত লোকজন।

  • এটা ছাগলীক বচাবলৈ গৈ সংঘটিত এই ঘটনা।