মুখ্য-পৃষ্ঠা

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য, গুৱাহাটীত আজিৰ দাম…

asomiyapratidin
  • পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • ৰবিবাৰে পেট্ৰ'লত বৃদ্ধি পালে ৮৯ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৮৫ পইচাকৈ।
  • বিগত ১২ দিনত প্ৰায় ৭ টকা পৰ্যন্ত বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত পেট্ৰ'লৰ মূল্য ১০৩ টকাৰ ওপৰত।
  • গুৱাহাটীত ডিজেলৰ দাম ৮৯.৪৩ টকা।
  • ১৩ দিনত ১১ বাৰ বৃদ্ধি পালে মূল্য।