মুখ্য-পৃষ্ঠা

৬হাজাৰৰো অধিক ভোটত পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

Asomiya Pratidin
  • বাৰাণসীত পিছ পৰি আছে প্ৰধনমন্ত্ৰী মোডী

  • আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়

  • অজয় ৰায়ে লাভ কৰিছে ১১৪৮০টা ভোট।

  • নৰেন্দ্ৰ মোডীয়ে লাভ কৰিছে ৫২৫৭টা ভোট।

  • প্ৰধানমন্ত্ৰী পিছ পৰিছে ৬২২৩টা ভোটত।

  • নিৰ্বাচনত আয়োগৰ ৱেবচাইটত প্ৰকাশ এই তথ্য।