মুখ্য-পৃষ্ঠা

প্ৰথমখন কেবিনেট সামৰি ইটালীলৈ ৰাওনা হ'ব মোডী

Asomiya Pratidin
  • আজি মোডী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক।

  • বিতৰণ কৰা হব মন্ত্ৰীসকলৰ দপ্তৰ।

  • প্ৰথম কেবিনেটতে বহুকেইটা সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

  • কেবিনেট বৈঠকৰ পাছতেই মোডীৰ বিদেশ ভ্ৰমণ।

  • ইটালীলৈ যাব প্ৰধানমন্ত্ৰী মোডী।

  • ইটালীত অনুষ্ঠিত G7 SUMMIT ত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।