KANPUR  
মুখ্য-পৃষ্ঠা

ট্রেক্টৰৰ দুৰ্ঘটনাত ২৪ জন নিহত, আহত ১৬ জনঃ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ...

Asomiya Pratidin
  • উত্তৰপ্রদেশৰ কানপুৰৰ ঘটমপুৰত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা।

  • ট্রেক্টৰৰ ট্রলী বাগৰি সোমাল পুখুৰীত।

  • দুৰ্ঘটনাত নিহত হৈছে ২৪ জনকৈ লোক।

  • আনহাতে এই দুৰ্ঘটনাত আহত হৈছে ১৬ জন লোক।

  • এতিয়ালৈকে পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ২২জন লোকৰ মৃতদেহ।

  • চণ্ডিকা মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

  • জানিব পৰা মতে ট্রেক্টৰখনত আছিল প্রায় ৫০জন যাত্রী।

  • ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে শোকপ্রকাশ কৰিছে।

  • নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ো ঘোষণা কৰিছে ২ লাখ টকাৰ আৰ্থিক সাহায্য।

  • আনহাতে আহতসকলৰ বাবে আগবঢ়াইছে ৫০ হাজাৰ টকাৰ অনুদান।