মুখ্য-পৃষ্ঠা

BREAKING: পবিতৰাত গড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু...

Asomiya Pratidin
  • পবিতৰাত গড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু।

  • বাইক আৰোহীজন মায়ঙৰ পৰা গৈ আছিল চমতাৰ দিশে।

  • এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃত বাইক আৰোহীজনৰ পৰিচয়।

  • পবিতৰাৰ হাদুগ বিলৰ সমীপত সংঘটিত হয় এই ঘটনা।

  • পবিতৰাৰ পৰা হঠাৎ ওলাই অহা এটা গড়ে আক্ৰমণ কৰিছিল বাইকত গৈ থকা লোকজনক।

  • দেওবাৰে পুৱা ১০.৪৫বজাত সংঘটিত হয় এই ঘটনা।

  • মৃত লোকজনৰ বয়স ৪০ৰ উৰ্ধৰ হ’ব।

  • ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু বন বিভাগক খবৰ দিছে স্থানীয় লোকে।

  • মৃত বাইক আৰোহীজনৰ বাইকখনৰ নম্বৰ ASO1-AU-8998