পুৱতি নিশা বোকাখাতৰ অগৰাতলীত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ
আৰক্ষীৰ গুলীত আহত পল্লৱ বসুমতাৰী নামৰ এজন ডকাইত
গুলীৱিদ্ধ ডকাইতটোক শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি
গৌতম দলে আৰু বাবু শইকীয়া নামৰ আন দুই ডকাইতক গ্রেপ্তাৰ
ধৃত গৌতম দলে পূৰ্বে গঁড় হত্যাৰ সৈতেও জড়িত আছিল
পল্লৱ বসুমতাৰীৰ পৰা এটা 9mm পিষ্টল, ৪ জাঁই গুলী উদ্ধাৰ
তিনিও ডকাইতি, গাড়ী চুৰি আদি ঘটনাৰে জড়িত থকাৰ তথ্য প্ৰকাশ আৰক্ষীৰ
উদয় চাংমাই নামৰ শিক্ষকগৰাকীক গুলীওৱাৰ ঘটনাতো জড়িত তিনিওজন