মুখ্য-পৃষ্ঠা

শনিবাৰে নতুন দিল্লীত এন আৰ চিক লৈ প্ৰতীক হাজেলাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন

asomiyapratidin
  • শনিবাৰে পুনৰ এন আৰ চিক লৈ নতুন দিল্লীত প্ৰতীক হাজেলাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন।
  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই প্ৰেজেণ্টেশ্যন এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হাজেলাৰ।
  • এন আৰ চিত পুনৰ আবেদনৰ বাবে ৫ নথি কৰ্তনৰ কাৰণ দৰ্শাব প্ৰতীক হাজেলাই।
  • শুকুৰবাৰেও প্ৰেজেণ্টেশ্যন আগবঢ়াইছিল হাজেলাই।
  • শুকুৰবাৰে তেওঁ ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নমুনা প্ৰদৰ্শন কৰিছিল।
  • শনিবাৰেও ১৯৫১ চনৰ নাগৰিক পঞ্জী কেনেদৰে ডিজিটেলাইজেচন কৰা হৈছে তাৰ বিৱৰণ আগবঢ়ায় এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে।
  • শনিবাৰৰ হাজেলাৰ প্ৰেজেণ্টেশ্যচনৰ সময়ত উপস্থিত থাকিব ভাৰতৰ এটৰ্ণি জেনেৰেল কে কে বেণুগোপাল, চলিচিটৰ জেনেৰেল তুষাৰ মেহতা।
  • তেওঁলোকৰ লগতে উপস্থিত থাকিব জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অসমৰ মুখ্য সচিব আলোক কুমাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী
  • শনিবাৰে পুনৰ এন আৰ চিক লৈ নতুন দিল্লীত প্ৰতীক হাজেলাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন।
  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই প্ৰেজেণ্টেশ্যন এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হাজেলাৰ।
  • এন আৰ চিত পুনৰ আবেদনৰ বাবে ৫ নথি কৰ্তনৰ কাৰণ দৰ্শাব প্ৰতীক হাজেলাই।
  • শুকুৰবাৰেও প্ৰেজেণ্টেশ্যন আগবঢ়াইছিল হাজেলাই।
  • শুকুৰবাৰে তেওঁ ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নমুনা প্ৰদৰ্শন কৰিছিল।
  • শনিবাৰেও ১৯৫১ চনৰ নাগৰিক পঞ্জী কেনেদৰে ডিজিটেলাইজেচন কৰা হৈছে তাৰ বিৱৰণ আগবঢ়ায় এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে।
  • শনিবাৰৰ হাজেলাৰ প্ৰেজেণ্টেশ্যচনৰ সময়ত উপস্থিত থাকিব ভাৰতৰ এটৰ্ণি জেনেৰেল কে কে বেণুগোপাল, চলিচিটৰ জেনেৰেল তুষাৰ মেহতা।
  • তেওঁলোকৰ লগতে উপস্থিত থাকিব জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অসমৰ মুখ্য সচিব আলোক কুমাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আইন উপদেষ্টা শান্তনু ভৰালী।