মুখ্য-পৃষ্ঠা

বাধাৰ প্ৰাচীৰ ভাঙি আহিবনে ভাল খবৰ! কেনে যাব আপোনাৰ আজিৰ দিনটো...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাশি অনুযায়ী ৩০আগষ্ট, ২০২৪ৰ দিনটো আপোনাৰ কেনে যাব, চাওঁ আহক-

১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ ভাল লগ বন্ধুৰ সান্নিধ্য লাভ কৰাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব,ক'ৰবাত পাবলগীয়া ধন সম্পত্তি ঘুৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো হ'ব, হাতলৈ ধন- ধান আহিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ ঘৰত বিবাহৰ আলোচনা হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম আশীৰ্বাদ লাভ কৰিব, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব লগতে আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাতে মনত সামান্য খংঙ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন সামান্য হ্ৰাস হ'ব পাৰে, সকলো কৰ্মতে সজাগ হোৱাটো ভাল হ'ব, সকলো কৰ্মতে চিন্তা চৰ্চা কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব। যদিও আজি দিনটো খেলুৱৈ সকলৰ বাবে শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব, যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে সামান্য বিভ্ৰাটিৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপুনি আনৰ পৰা মৰম- চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যান বাহনৰ পৰা মনত সুখ শান্তি লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মত সকলোকে বিশ্বাসত লৈ আগবাঢ়িবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ হ'ব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব, মনত নিৰাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশটো মধ্যম হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ'ব , কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, দেহ মন মধ্যম হ'ব যদিও আজি আপুনি আনে সমালোচনা কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।