মুখ্য-পৃষ্ঠা

বাৰ্ষিক আয় ৪ লাখৰ উৰ্দ্ধত থকা পৰিয়ালৰ বাতিল কৰা হ'ব ৰেচন কাৰ্ড

Asomiya Pratidin
  • ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।

  • ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড।

  • ৪ লাখৰ উৰ্দ্ধত বাৰ্ষিক আয় থকা পৰিয়ালৰ বাতিল হ'ব ৰেচন কাৰ্ড।

  • পৰিয়ালত চাকৰিয়াল থাকিলেও বাতিল হ'ব ৰেচন কাৰ্ড ।

  • ৪ লাখৰ বাৰ্ষিক আয়ৰ উৰ্দ্ধৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান।

  • নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰো বাতিল হ'ব ৰেচন কাৰ্ড।