মুখ্য-পৃষ্ঠা

কামৰূপত ডাম্পাৰৰ উপদ্ৰপঃ থিতাতে নিহত টেম্পু চালক

Asomiya Pratidin
  • কামৰূপৰ বিহদিয়াত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।

  • ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় টেম্পু চালকৰ।

  • এ এছ২৫এফচি১৭৬১ নম্বৰৰ ডাম্পাৰে বিপৰীতমুখী এ এছ০১এফচি১২৫৭ নম্বৰৰ বাহনখনক প্ৰচণ্ড জোৰে খুন্দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

  • চালক জন নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

  • আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।