মুকালমুৱাত পথ দুৰ্ঘটনাঃ তিনিজনকৈ লোক আহত... 
মুখ্য-পৃষ্ঠা

মুকালমুৱাত পথ দুৰ্ঘটনাঃ তিনিজনকৈ লোক আহত...

Asomiya Pratidin
  • মুকালমুৱাৰ ৪ নং বৰতলাত পথ দুৰ্ঘটনা।

  • দুখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত ৩ জনকৈ লোক গুৰুতৰভাৱে আহত।

  • আহত লোক কেইজনৰ নাম হিৰণ্য দাস, আনাৰ আলী, আব্দুচ চালাম।

  • আহতৰ দুজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্রেৰণ