road accident road accident
মুখ্য-পৃষ্ঠা

বোকাজানৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • বোকাজানৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • অচিনাক্ত গাড়ীৰ খুন্দাত নিহত বাইক আৰোহী।

  • ডিমাপুৰৰ অভিমুখে গৈ থকা অৱস্থাত অচিনাক্ত গাড়ীয়ে খুন্দা মাৰি থৈ যায় বাইক আৰোহীজনক।

  • ঘটনাস্থলীতে নিহত হয় বাইক আৰোহীজন।

  • নিহত যুৱকজনৰ শান্তিপুৰৰ বুলি জানিব পৰা গৈছে।

  • অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাই যায় বাহনখন।

  • দুৰ্ঘটনাগ্ৰস্ত বাইকখন নম্বৰ হৈছে AS09H 9839