ৰঙিয়াত হেৰ'ইনসহ এজনক আটক... 
মুখ্য-পৃষ্ঠা

ৰঙিয়াত হেৰ'ইনসহ এজনক আটক...

Asomiya Pratidin
  • ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

  • আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো সৰবৰাহ হৈয়ে আছে নিচা জাতীয় দ্ৰব্য।

  • শেহতীয়াকৈ ৰঙিয়াত আৰক্ষীৰ অভিযানত আটক হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী।

  • বুধবাৰে নিশা ৰঙিয়াৰ IOCত আৰক্ষীয়ে চলাইছিল অভিযান।

  • অভিযানত ৭ গ্রাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক।

  • ধৃত সৰবৰাহকাৰীজন পূব সাহানৰ ইউনিচুৰ ৰহমান।

  • ইউনিচুৰ পৰা হেৰ’ইনসহ দুটা ম’বাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে।