মুখ্য-পৃষ্ঠা

সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

Asomiya Pratidin
  • মহানগৰীৰ সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

  • সাতগাঁও স্বাস্থ্যকেন্দ্ৰৰ সমীপত সংঘটিত হয় এই ঘটনা

  • গেছ চিলিণ্ডাৰ পাইপৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ

  • কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ আশংকা

  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।