মুখ্য-পৃষ্ঠা

ডিব্ৰুগড়ত ২৩৩৩টা ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল...

Asomiya Pratidin
  • ডিব্ৰুগড়ত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল

  • তেওঁ লাভ কৰিছে ২৩, ৭০৬টা ভোট।

  • লুৰীণজ্যোতি গগৈতকৈ ২৩৩৩টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।

  • লুৰীণজ্যোতি লাভ কৰিছে ২১৩৭৩টা ভোট।

  • আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে লাভ কৰিছে ৩২৯৮টা ভোট।

  • নটাত পৰিছে ১০৬৯টা ভোট।