ডাঙৰ খবৰ 
মুখ্য-পৃষ্ঠা

জ্যোতিকুছিত উদ্ধাৰ বৃদ্ধাৰ নৰকংকাল

Asomiya Pratidin
  • মহানগৰীৰ জ্যোতিকুছিত বৃদ্ধাৰ নৰকংকাল উদ্ধাৰ

  • বৃ্দ্ধাগৰাকী ৩ মাহ পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ

  • মৃত মহিলাগৰাকীৰ নাম পুৰ্ণিমা দে

  • ৪০ বছৰীয়া পুত্ৰৰ সৈতে বাস কৰিছিল বৃ্দ্ধাগৰাকী

  • পুৰ্ণিমা দে'ৰ পুত্ৰ মানসিক বিকাৰগ্ৰস্ত