মুখ্য-পৃষ্ঠা

মণিপুৰত চাঞ্চল্যঃ বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰীক মৰিয়াই হত্যা

Asomiya Pratidin
  • মণিপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • মণিপুৰৰ থাউবালত বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰীক মৰিয়াই হত্যা কৰে।

  • ড্ৰাগছ আসক্তই হত্যা কৰে ইবেম বিশাল একাডেমীৰ জানকী সিঙক।

  • চামাপ শৰত নামৰ ড্ৰাগছ আসক্তজনে ৰডেৰে মৰিয়াই হত্যা কৰে ছাত্ৰীগৰাকীক।

  • স্থানীয় লোকে হত্যাকাৰীজনক কৰায়ক্ত কৰি আৰক্ষীক গতাই দিয়ে।