ৰাজ্যত পুনৰ শিক্ষানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি।
এইবাৰ ধুবুৰী আইন মহাবিদ্যালয়ত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি।
মহাবিদ্যালয়খনত নিৰ্বাচনী হিংসা।
ছাত্র একতা সভাৰ নিৰ্বাচনী প্রচাৰক লৈ উত্তপ্ত পৰিস্থিতি।
কলেজ কৰ্তৃপক্ষই মনোনয়ন বাতিল কৰিব বিচৰাক লৈ উত্তেজনা।
কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে তীব্র প্রতিবাদ।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন।
আৰক্ষীৰ উপস্থিতত নিয়ন্ত্ৰণ হয় পৰিস্থিতি।