মুখ্য-পৃষ্ঠা

নগাঁৱত ব্ৰজপাত পৰি দুজনৰ মৃত্যু...

Asomiya Pratidin
  • নগাঁওত সংঘটিত হৈছে চ্ঞ্চল্যকৰ ঘটনা।

  • নগাঁওৰ সমীপৱৰ্তী পাখিমৰীয়াত মঙলবাৰে বিয়লি ব্ৰজপাত পৰি দুজন ব্যক্তিৰ মৃত্যু হয়।

  • উল্লেখযোগ্য যে - পাখিমৰীয়া উন্নয়ন খণ্ডৰ সমীপতে এই ঘটনা সংঘটিত হয়।

  • নিহত লোক দুজন পদুম বৰা আৰু মাঘী বৰা বুলি চিনাক্ত কৰা হৈছে।

  • কুঁহিয়াৰ শালত কাম কৰি থকা অৱস্থাতে হথাতে অহা বৰষুণৰ মাজতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়।