মুখ্য-পৃষ্ঠা

লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীত নিহত ২জন...

Asomiya Pratidin
  • লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

  • অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে।

  • অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে।

  • নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই আব্দুল জলিল উদ্দিন আৰু ছমৰ উদ্দিন।

  • নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰিত বুলি জানিব পৰা গৈছে।

  • শনিবাৰে নিশাই বন বিভাগে নিহত হোৱা ২জনৰ মৃতদেহ নগাঁও হাস্পাতাললৈ লৈ যায়।

  • উল্লেখযোগ্য যে ইতিমধ্যেই ঘটনাস্থলীত বৃহৎ আৰক্ষী দল আৰু বন বিভাগৰ লোক নিয়োজিত কৰা হৈছে।