ৰাষ্ট্ৰীয়

দিল্লীৰ ১০০খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

Asomiya Pratidin
  • দিল্লীৰ ১০০খন বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি !

  • অভিভাৱক-শিক্ষাৰ্থীক আতংকিত নহ’বলৈ আহ্বান চৰকাৰৰ।

  • ঘটনা সন্দৰ্ভত তদন্ত আৰক্ষীৰ।

  • ই-মেইলযোগে বিদ্যালয় কেইখনলৈ ভাবুকি প্ৰদান।

  • বিদ্যালয়ত বোমা স্থাপন কৰা বুলি ই-মেইলযোগে ভাবুকি।