ৰাষ্ট্ৰীয়

বিদেশ মন্ত্ৰী এছ জয় শংকৰসহ ১১জন ৰাজ্যসভালৈ নিৰ্বাচিত

Asomiya Pratidin
  • পুনৰবাৰ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে বিদেশ মন্ত্ৰী এছ জয় শংকৰ

  • উচ্চ সদনলৈ মুঠ ১১ জনক নিৰ্বাচিত কৰা হৈছে

  • ইয়াৰে ৬খন ৰাজ্যসভাৰ আসন পশ্চিম বংগৰ আছিল

  • ৩খন আছিল গুজৰাটৰ

  • ১খন আসন আছিল গোৱাৰ

  • পশ্চিম বংগৰ ৬খন আসনত বিনা প্ৰতিদ্বন্বিতাৰে নিৰ্বাচিত হৈছে প্ৰাৰ্থী

  • গুজৰাটৰ পৰা এছ জয় শংকৰৰ উপৰিও বাবু ভাই দেশাই আৰু কেশৰী দেৱ সিঙ জালা নিৰ্বাচিত হৈছে ৰাজ্যসভালৈ।