ৰাষ্ট্ৰীয়

থালাইভা ৰজনীকান্তক এপ’ল’ হাস্পতালত ভৰ্তি...

Asomiya Pratidin
  • ছুপাৰষ্টাৰ ৰজনীকান্তক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি

  • সোমবাৰে নিশা তীব্ৰ পেটৰ বিষত ভুগিছিল অভিনেতাগৰাকী

  • লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ ৰজনীকান্তক

  • ১ অক্টোবৰত হব পাৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ

  • ৭৩ বছৰীয়া অভিনেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ

  • মেগাষ্টাৰগৰাকীৰ আশু আৰোগ্য কামনা অনুৰাগীৰ