নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনৰ পেনেলৰ পৰা আঁতৰাই দিয়া হ'ল মুখ্য ন্যায়াধীশকক... 
ৰাষ্ট্ৰীয়

নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনৰ পেনেলৰ পৰা আঁতৰাই দিয়া হ'ল মুখ্য ন্যায়াধীশকক...

Asomiya Pratidin
  • কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

  • মুখ্য নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনৰ পৰা আঁতৰিল মুখ্য ন্যায়াধীশ।

  • মুখ্য নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনৰ ৩ জনীয়া পেনেলত এতিয়াৰে পৰা নাথাকে মুখ্য ন্যায়াধীশ।

  • এই ৩ জনীয়া পেনেলত থাকিব প্ৰধানমন্ত্ৰী, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিৰোধী দলপতি।

  • মুখ্য ন্যায়াধীশক আঁতৰাই পেনেলত স্থান দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰীক।

  • ফলত এতিয়াৰে পৰা নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনত ৰাজনৈতিক প্ৰভাৱ থকাটো নিশ্চিত হৈ পৰিল।

  • এই সিদ্ধান্তই নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনত শাসকীয় পক্ষৰে অধিক প্ৰভাৱ থাকিব বুলি চৰ্চা চলিছে।

  • ৩ জনীয়া পেনেলত দুজন সদস্যই হ'ব শাকীয় পক্ষৰ।