উত্তৰ কাছাৰ শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...  
ৰাষ্ট্ৰীয়

বিজেপিয়ে পুনৰ ঘোষণা কৰিলে ৯ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা...

Asomiya Pratidin
  • বিজেপিয়ে ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা।

  • তামিলনাডুৰ ৯ খন আসনৰ বাবে ঘোষণা কৰা হৈছে এই প্ৰাৰ্থী তালিকা।

  • এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙো ঘোষণা কৰিলে এই প্ৰাৰ্থী কেইগৰাকী।

  • ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আছে এগৰাকী মহিলা প্ৰাৰ্থী আৰু ৮ গৰাকী পুৰুষ প্ৰাৰ্থী।

  • মহিলা প্ৰাৰ্থীগৰাকী ড০ তামিলিছাই সৌন্দৰাৰাজন।

  • পুৰুষ প্ৰাৰ্থীসকলৰ ভিতৰত আছে বিনোজ পি ছেলভান, এ চি শ্বানমুগাম, চি নৰসিমহা, ড০ এল মুৰুগান, কে আন্নামালাই, টি আৰ পাৰিভেন্ধৰ, নাইনাৰ নাগেন্দ্ৰন আৰু পি ৰাধাকৃষ্ণণন।