ৰাষ্ট্ৰীয়

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা

Asomiya Pratidin

১৯৫টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ।

প্ৰথমগৰাকী প্ৰাৰ্থীৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম ঘোষণা।

বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰথমখন তালিকাতে অসমৰ ১১টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।

দিল্লী মুখ্য কাৰ্যালয়ত বিজেপিৰ সংবাদমেল।