ৰাষ্ট্ৰীয়

থাকিব লাগিব জেলতঃ মনীষ চিছোডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি...

Asomiya Pratidin
  • দিল্লী সুৰা নীতি কেলংকাৰীক লৈ আদালতৰ বিশেষ ৰায়।

  • আপ নেতা মনীষ চিছোডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি।

  • ৩১মেৰ লৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে আদালতে।

  • জেইলৰ পৰা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হৈছিল দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক।

  •  দিল্লী উচ্চ ন্যায়ালয়ৰ বিশেষ আদালতৰ এই ৰায়দান।